ক্ষতিগ্ৰস্ত হাফলং-লামডিং ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে জিলাখনৰ অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে ৷